Thursday 27 June 2013



The coloured painting is by my child Imon Biswarup and remaining two are by me. Once upon a time, I made some drawings...... sometimes I be nostalgic.....
এই তিনিখনৰ ভিতৰত ৰঙীনখন মোৰ চাৰি বছৰীয়া ল’ৰা ইমন বিশ্বৰূপে অংকন কৰা আৰু বাকী দুখন মই এসময়ত নিজে অঁকা৷ এসময়ত মোৰ অঁকাত কিছু নিচা আছিল৷ এতিয়া ভাবিলে স্মৃতিকাতৰ হওঁ৷